এটা ভোটকেন্দ্ৰ য’ত ১০০ শতাংশই হৈছিল ভোটদান, কাৰণ এগৰাকী মহিলা !
2019-05-11 667 Dailymotion
জয়পুৰৰ নহয় এইগৰাকী মহিলা! হাতত ইভিএম লৈ থকা এই মহিলাগৰাকী প্ৰকৃততে লক্ষ্ণৌৰ ।গড়কাপ্তানী বিভাগৰ কনিষ্ঠ সহায়ক হিচাপে লক্ষ্ণৌত কৰ্মৰত এইগৰাকী মহিলাৰ প্ৰকৃত নাম ৰীনা ড্ৰিবেদী ।