On Camera মহিলাৰ চেণ্ডেলৰ কোব খালে এজন লোকে
2019-06-01 610 Dailymotion
দুবছৰ পূৰ্বে ডুবাইত কৰ্মসংস্থাপন দিয়াৰ নামত নুৰুলে নলবাৰী আৰু বৰপেটাৰ কেইবাটাও পৰিয়ালৰ পৰা সংগ্ৰহ কৰিছিল কেইবা লক্ষাধিক টকা। ডুবাইলৈ লৈ যাবৰ বাবে নুৰুলে ভুৱা টিকট প্ৰদান কৰাৰ অভিযোগ ভুক্তভোগী কেইবাটাও পৰিয়ালৰ।