Random Video

ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এগৰাকী মহিলা

2019-06-25 2 Dailymotion

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহন আন ৩জন লোক। চাৰিলেনযুক্ত ঘাইপথৰ ডিফু বাইপাছত সংঘটিত হৈছে এই ঘটনা।
মদাৰতলিৰ পৰা লংকালৈ গৈছিল শিল ভৰ্তি ডাম্পাৰখন। নিহত মহিলা গৰাকীৰ ঘৰ হাওৰাঘাটত।