VIDEO: বিশ্বনাথত ভয়ংকৰ ঘটনা, বিদ্যুতৰ খুঁটাত কৰ্মৰত অৱস্থাতে জ্বলিল কৰ্মচাৰী
2019-06-26 13,712 Dailymotion
শিহৰণকাৰী দৃশ্য বন্দি মোবাইল কেমেৰাত। শক্তি বিভাগৰ গাফিলতিত কৰ্মচাৰীজনৰ মৃত্যু হোৱাৰ অভিযোগ। শক্তি বিভাগৰ দোষী বিষয়া কৰ্মচাৰীক কঠোৰ শাস্তিৰ দাবী ৰাইজৰ।