লোমহৰ্ষক ঘটনাৰ বিষয়ে সম্ভেদ স্থানীয় লোকে উদ্ধাৰৰ চেষ্টা চলায় শিশুটিক। উদ্ধাৰৰ বাবে যোৱা ৰাইজকো আক্ৰমণ চহৰীয়া পৰিয়ালৰ। ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। বহু সময় চেষ্টা চলাইও চহৰীয়াক সৈমান কৰিব নোৱাৰাত আৰক্ষীয়ে কৰে গুলীচালনা।
Quickly and easily download Instagram videos with our free tool.