Random Video

ৰাজ্যৰ চৌদিশে বানৰ সংহাৰী ৰূপ, এইপৰ্যন্ত প্ৰাণ হেৰুৱাইছে ৮জনকৈ লোকে

2019-07-14 1 Dailymotion

ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহৰ জলস্তৰ ফেনে ফোটোকাৰে বাঢ়ি অহাত নিতৌ প্লাৱিত হৈছে ন ন অঞ্চল। ঘৰ দুৱাৰ এৰি নিৰাপদ স্থান বিচাৰি উজনি নামনিত হাহাকাৰ কৰিব লগা হৈছে বন্যাৰ্তই।