প্ৰায় ১৫ছেকেণ্ড ধৰি জোকাৰণি অনুভূত হোৱা ভূমিকম্পটোত খহি পৰিল লুটফুৰ ৰহমানৰ ঘৰৰ ছাদ। কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ। ঘৰৰ ছাদ খহি পৰাত ভাঙি চূৰমাৰ হয় ঘৰৰ সকলো আচবাব।
Quickly and easily download Instagram videos with our free tool.