Random Video

ধুবুৰীৰ বিলাসীপাৰাৰ সেই ভয়ংকৰ দুৰ্ঘটনাৰ পিছৰ দৃশ্য

2019-08-03 1,568 Dailymotion

ট্ৰাকখনে খুন্দা মাৰে আন এখন ট্ৰাক আৰু এখন বাইকত। ট্ৰাকৰ খুন্দাত দ খাৱৈত পৰেগৈ বাইকখনত থকা দুজন। দুৰ্ঘটনাৰ ফলত থিতাতে প্ৰাণ গ’ল দুজনৰ।