দীপাৱলীৰ মাজতে যোৰহাটত অঘটন, জে বি কলেজৰ সন্মুখত ভয়ংকৰ অগ্নিকাণ্ড,Video
2019-10-27 2 Dailymotion
বৰুৱা চাৰিআলিৰ সমীপত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত হুৱাদুৱা লাগে স্থানীয় লোক সকলৰ মাজত। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত কথমপি ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে চহৰখন