Random Video

ধৰ্মেন্দ্ৰ নাথৰ হত্য়াকাণ্ডত জড়িতক কঠোৰ শাস্তি প্ৰদানৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

2025-01-12 0 Dailymotion

প্ৰয়াত ধৰ্মেন্দ্ৰ নাথৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । যুৱকজনৰ পৰিয়ালক প্ৰদান কৰিলে ৫ লাখ টকাৰ চেক ।