জুবিন গাৰ্গ ডাঙৰীয়াক আচলতে অসমীয়া সমাজত বহুতে ভগৱান বুলি ভাৱে-এই মন্তব্য বীৰ লাচিত সেনাৰ সভাপতিৰ
2025-01-18 10 Dailymotion
ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলী জনাই বীৰ লাচিত সেনাৰ সচিব বিকাশ অসমে জুবিন গাৰ্গক লৈ বহু কথা ৷ প্ৰয়াত শিল্পীগৰাকীৰ পত্নীলৈ চৰকাৰীভাৱে সংস্থাপনৰ দাবী দল-সংগঠনৰ ৷