বৰপেটাত দ্বিতীয় বাৰ্ষিক ভাওনা সমাৰোহ, প্ৰথম দিনাই হাজাৰ হাজাৰ দৰ্শকৰ সমাগম
2025-01-19 0 Dailymotion
তিনিদিনীয়া কাৰ্যসূচীৰে বৰপেটাত অনুষ্ঠিত হৈছে দ্বিতীয় বাৰ্ষিক ভাওনা সমাৰোহ । এই ভাওনা সমাৰোহখনি উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে ।