Random Video

যোৰহাট মেডিকেল কলেজৰ ভেন্টিলেচনত আছে সত্ৰাধিকাৰ ললিত চন্দ্ৰ মহন্ত

2025-01-21 0 Dailymotion

মাজুলীৰ এলেঙি নৰসিংহ সত্ৰৰ সত্ৰাধিকাৰ ললিত চন্দ্ৰ মহন্তৰ অৱস্থা অতি সংকটজনক ৷ বৰ্তমান তেওঁক যোৰহাট মেডিকেল কলেজৰ ভেন্টিলেচনত ৰখা হৈছে ৷