Random Video

ডিমা হাছাওলৈ আকৌ ঘূৰি আহিব নেকি বন্দুকৰ সংস্কৃতি ?

2025-04-18 1 Dailymotion

বুধবাৰে হাতত মাৰণাস্ত্ৰ লৈ সাতজনীয়া দুৰ্বৃত্তৰ এটা দলে হাফলঙৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কাৰ্যালয়ত প্ৰৱেশ কৰি ধনদাবী কৰা বুলি জানিব পৰা গৈছে ।