Random Video

জুই জ্বলিলেহে ধোঁৱা ওলাব, দুৰ্নীতিৰ লাইচেঞ্চ দিয়া কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে: পীযুষ হাজৰীকা

2025-04-20 5 Dailymotion

পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ধেমাজিত মন্ত্ৰী পীযুষ হাজৰীকা । কংগ্ৰেছক তীব্ৰ সমালোচনা মন্ত্ৰীগৰাকীৰ ।