Random Video

নৱদ্যুত এ আই - কৃত্রিম বুদ্ধিমত্তা ক্ষেত্ৰখনত সবল খোজ এদল তৰুণ অসমীয়াৰ

2025-04-21 9 Dailymotion

আইৰ মুখৰ ভাষাটোক সুৰক্ষিত কৰিবলৈ কৃত্রিম বুদ্ধিমত্তা ক্ষেত্ৰখনত সবল খোজ অসমীয়া যুৱকৰ ৷অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই AI ম'ডেল উদ্ভাৱন কৰি বৰ্তমান চৰ্চাত এদল তৰুণ অসমীয়া৷