Random Video

গণতন্ত্ৰৰ বাবে ভাল হৈছে যে ভোট দিব নোৱাৰাৰ বাবে প্ৰতিবাদ হৈছে: মৃণাল শইকীয়া

2025-05-02 5 Dailymotion

গোলাঘাট জিলাত বিসংগতি পূৰ্ণ ভোটাৰ তালিকাৰে ভোটগ্ৰহণ জিলা প্ৰশাসনৰ । জিলাখনৰ বিভিন্ন প্ৰান্তত ভোটদানৰ পৰা বঞ্চিত কেইবা শতাধিক ভোটাৰ ।