জিলা পৰিষদত ৩০০ আসন, শতকৰা হাৰ ৭৮.২৬ শতাংশ; 'মুখ্যমন্ত্ৰীৰ মেজিক'ত পঞ্চায়ত নিৰ্বাচনত গেৰুৱাময় ৰাজ্য
2025-05-13 5 Dailymotion
জিলা পৰিষদত বিজেপি মিত্ৰজোঁটৰ যোৱাবাৰৰ ৫৫ শতাংশৰ পৰা এইবাৰ ৭৬.২২ শতাংশলৈ আসন বৃদ্ধি ৷ ৩৫ শতাংশৰ পৰা ১৮ শতাংশলৈ নামিল কংগ্ৰেছ ।