’২৬ত বিজেপিয়ে নিজৰ হাতলৈ আনিব প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো: ৰচনা কৰিছে ৰণকৌশল
2025-05-17 2 Dailymotion
২১ মে’ত যোৰহাটত বিজেপি বৰ্ধিত সাংগঠনিক সভা ৷ ’২৬ ৰ বিধানসভা সভা আৰু বি টি আৰ, মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ওপৰত ৰণকৌশল ৰচনা ।