Random Video

ইউটিউব হৈ পৰিল গুৰু, ড্ৰেগন ফলৰ খেতিৰে কৃষি বিপ্লৱ অৱসৰপ্ৰাপ্ত শিক্ষকৰ

2025-05-20 5 Dailymotion

শিকিব বিচাৰিলে ইউটিউবেও দিব পাৰে অপৰিসীম জ্ঞান ৷ ইয়াকে প্ৰমাণ কৰি দীৰ্ঘদিনৰে পৰা কৃষিকাৰ্যত নিয়োজিত হৈ আহিছে এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ৷