Random Video

নেতৃত্বত এগৰাকী মহিলা: একেডৰা মাটিত তিনিটাকৈ খেতিৰে অপূৰ্ব নিদৰ্শন ৰঙিয়াৰ এইসকল কৃষকৰ

2025-05-22 24 Dailymotion

ৰঙিয়াৰ গোঁসাই শ’লমাৰী গাঁৱৰ কৃষকৰ জৈৱিক কৃষিৰ সফলতা । একেখিনি মাটিতে তিনিটাকৈ খেতিৰ নিদৰ্শন ।