Random Video

কি কি গোচৰ ৰুজু হৈছিল শংকৰজ্যোতিৰ বিৰুদ্ধে, কোনটো গোচৰত পালে জামিন: ক'লে শংকৰজ্যোতিৰ অধিবক্তাই

2025-05-27 1 Dailymotion

দুলীয়াজনৰ বি এন সিং পেট্ৰ’ল পাম্পত সংঘটিত মাৰপিটৰ ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে গ্ৰেপ্তাৰ হৈছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ।