Random Video

তাহানিতে স্থাপিত হোৱা বিদ্যালয়ত চলিব নেকি ৰে'লৱে বিভাগৰ বুলডজাৰ

2025-05-28 6 Dailymotion

তিনিচুকীয়াৰ তিনিখন চৰকাৰী বিদ্যালয়লৈ ৰে’লৱে বিভাগৰ উচ্ছেদৰ জাননী ৷ জিলা আয়ুক্তক তিনিচুকীয়া আৰু পানীতোলা আছুৰ স্মাৰকপত্ৰ প্ৰদান ৷