দেশৰ ১৫ গৰাকী চিকিৎসাকৰ্মীক প্ৰদান কৰা হয় ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্ল'ৰেন্স নাইটিংগেল বঁটা । তাৰ ভিতৰত আছে অসমৰ একমাত্ৰ জ্যেষ্ঠ চিকিৎসাকৰ্মী বীণাপাণি ডেকা ।
Quickly and easily download Instagram videos with our free tool.