Random Video

জেঠুৱা বানত ককবকাইছে উজনি-নামনি; ৰাজ্যৰ ৯ জিলাৰ ৭৬৪ খন গাঁও বানৰ কবলত

2025-06-02 4 Dailymotion

ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি, এতিয়ালৈকে ১৯ জিলাৰ ৭৬৪ খন গাঁৱৰ ৩,৬৪,০৪৬ লোক বান প্ৰভাৱিত । ক্ষতিগ্ৰস্ত ৩,৫২৪ হেক্টৰ শস্যভূমি ।