Random Video

বান বিধ্বস্ত অসম: পুনৰ এজনৰ মৃত্যু, সন্ধানহীন দুজন; ক্ষতিগ্ৰস্ত ২২খন জিলাৰ ৫ লক্ষাধিক লোক

2025-06-03 7 Dailymotion

অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে ৷ বানৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শ্ৰীভূমি জিলা ৷