Random Video

উদুলি-মুদুলি ৰাজীৱ ভৱন: ভূপেন বৰাক প্ৰশংসাৰে উপচাই সভাপতিৰ চকীত বহিল গৌৰৱ গগৈ

2025-06-03 8 Dailymotion

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে গৌৰৱ গগৈয়ে ৷ কংগ্ৰেছৰ সমান অধিকাৰ তথা ন্যায় প্ৰদানৰ আদৰ্শৰে সকলোৱে মিলিজুলি আগুৱাই যোৱাৰ সংকল্প নতুন সভাপতিৰ ।