Random Video

বান-খহনীয়াৰ স্থায়ী সমাধানৰ দাবীত তিনিচুকীয়াত আছুৰ প্ৰতিবাদী কাৰ্যসূচী

2025-06-09 4 Dailymotion

বান-খহনীয়া সমস্যা সমাধানৰ লগতে বানবিধ্বস্ত লোকসকলক স্থায়ী সংস্থাপনৰ দাবী ৷ অৱস্থান ধৰ্মঘটৰ জৰিয়তে তিনিচুকীয়া আছুৰ ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ ।