Random Video

গৰমে দহিছে ৰাজ্যবাসীক; বৃদ্ধি পাইছে নেমুপানীৰ চাহিদা

2025-06-13 14 Dailymotion

উৎকট গৰমে দহিছে ৰাজ্যবাসীক । ফলত চাহিদা বাঢ়িছে জাতীয় ফল নেমুটেঙাৰ । ফুটপাটত নেমুপানী বিক্ৰী কৰি উপাৰ্জন ২০০০ টকা পৰ্যন্ত ।