Random Video

ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ অসমৰ গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো আৱক্ষ প্ৰতিমূৰ্তি

2025-06-21 4 Dailymotion

লাহোৱালত প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আৱক্ষ প্ৰতিমূৰ্তি উন্মোচন ৷ আৱেগিক পৰিৱেশত পত্নী, পিতৃ-মাতৃ, পুত্ৰৰ উপস্থিতিত উন্মোচন হ'ল আৱক্ষ প্ৰতিমূৰ্তি ৷