Random Video

জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে ছয়গাঁৱত তীব্ৰ প্ৰতিবাদ

2025-06-25 1 Dailymotion

কুলশী নদীৰ ওপৰত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে ছয়গাঁৱত তীব্ৰ প্ৰতিবাদ । কোনো কাৰণতে জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ নিদিয়াৰ হুংকাৰ ।