Random Video

সংবাদ মাধ্যমৰ সমালোচনা হজম কৰাৰ শক্তি জনপ্ৰতিনিধিৰ থাকিব লাগিব : দিলীপ শইকীয়া

2025-06-28 3 Dailymotion

সংবাদ মাধ্যমক সমৰ্থন কৰি দলৰেই মন্ত্ৰীক উপদেশ বিজেপিৰ ৰাজ্য়িক সভাপতিৰ । তেওঁ ক'লে সংবাদ মাধ্য়মৰ আগত কেনেদৰে কথা ক'ব লাগে ।